ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত ২৮ জুলাই তাৰিখে ওলোৱা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্লোগান দিয়াক লৈ আজি মৰাণত ৭ টাকৈ জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । টাই আহোম যুৱ পৰিষদ অসম ( টাইপা)ৰ উদ্যোগত সদৌ অসম আহোম সভা, আহোম জাতীয় গণ মঞ্চ , টাই আহোম জাতীয় পৰিষদ , আহোম সেনা , আহোম জাতীয় মহা সভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত আজি মৰাণৰ মাজমজিয়াত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদ স্থলীৰ পৰাই আহোম জাতিক অপমান কৰা বিজেপি মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক আইনগত শাস্তি দিবলৈ দাবী জনায় । লগতে সংগঠনকেইটাই অতি সোনকালে যদি আঙুৰলতাক আইনগত শাস্তি নিবিহে তেন্তে ইয়াতকৈ জংগী আন্দোলৰ হুংকাৰ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পাঁচ বছৰে পোৱা নাই দৰ্মহা,পক্ষাঘাতত শয্যাশায়ী ছিপাঝাৰৰ চৰকাৰী নাৰ্চ এগৰাকীৰ দূৰ্দশা
চৰকাৰী চাকৰি কৰিও দূৰ্বিসহ জীৱন পাৰ কৰা এগৰাকী নাৰ্ছৰ জীৱনৰ কৰুণ অধ্যায়ে হতচকিত কৰি তুলিব আপোনাক।...
Congress Party की ये नई पहल, मजबूरी या रणनीति? BBC Duniya with Vidit Mehra (BBC Hindi)
Congress Party की ये नई पहल, मजबूरी या रणनीति? BBC Duniya with Vidit Mehra (BBC Hindi)
ફરિયાદી પોતાનુ કાયદેસરનું લેણુ પુરવાર ન કરી શકતા રૂ ૪.૫ લાખના ચેક રિટર્ન કેસમા આરોપીને હાલોલ કોર્ટે નિર્દોષ જાહેર કરી છોડી મુકવાનો આદેશ કર્યો.
હાલોલના સન એન્કલેવ મા રહેતા સમશેરસિહ સુરેન્દ્રસિંહ સરદાર દ્વારા પાવાગઢ રોડ બાદશાહ પાર્ક હાલોલ ના...
Skin Care Routine For Oily Acne Prone Skin(Oily Acne Prone स्किन के लिए स्किन केयर रूटीन)| In HINDI)
Skin Care Routine For Oily Acne Prone Skin(Oily Acne Prone स्किन के लिए स्किन केयर रूटीन)| In HINDI)
ट्रैन शुरू होने से 10 मिनिट पहले अपनी कन्फर्म सीट पर नहीं पहोचे तो दूसरे को डी जाएगी सीट
*रेलवे ने टिकट चेकिंग सिस्टम में यह बड़ा बदलाव किया है
रेलवे ने टिकट चेकिंग सिस्टम में...