ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত ২৮ জুলাই তাৰিখে ওলোৱা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্লোগান দিয়াক লৈ আজি মৰাণত ৭ টাকৈ জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । টাই আহোম যুৱ পৰিষদ অসম ( টাইপা)ৰ উদ্যোগত সদৌ অসম আহোম সভা, আহোম জাতীয় গণ মঞ্চ , টাই আহোম জাতীয় পৰিষদ , আহোম সেনা , আহোম জাতীয় মহা সভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত আজি মৰাণৰ মাজমজিয়াত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদ স্থলীৰ পৰাই আহোম জাতিক অপমান কৰা বিজেপি মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক আইনগত শাস্তি দিবলৈ দাবী জনায় । লগতে সংগঠনকেইটাই অতি সোনকালে যদি আঙুৰলতাক আইনগত শাস্তি নিবিহে তেন্তে ইয়াতকৈ জংগী আন্দোলৰ হুংকাৰ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઝાદના રાજીનામા બાદ કોંગ્રેસને વધુ એક મોટો ફટકો, તેલંગાણામાં પૂર્વ સાંસદનું રાજીનામું; રાહુલ ગાંધી પર પ્રહારો કર્યા
ગુલામ નબી આઝાદના રાજીનામા બાદ તેલંગાણામાં કોંગ્રેસને મોટો ઝટકો લાગ્યો છે. પાર્ટીના વરિષ્ઠ નેતા...
જુઓ આજના ન્યુઝ પેપરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
જુઓ આજના ન્યુઝ પેપરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
লেঙেৰী সন্মিলিত দিহানাম দলৰ "শ্ৰৱণৰ পিতৃ ভক্তি "নামৰ এটি দিহানাম উন্মোচন
লেঙেৰী সন্মিলিত দিহানাম দলৰ "শ্ৰৱণৰ পিতৃ ভক্তি "নামৰ এটি দিহানাম উন্মোচন
અમદાવાદ એરપોર્ટથી ફરી એક વખત નકલી પાસપોર્ટ સાથે મુસાફર ઝડપાયો, ઇમિગ્રેશન વિભાગે પોલીસ ને જાણ કરી
અમદાવાદ એરપોર્ટથી ફરી એક વખત નકલી પાસપોર્ટ સાથે મુસાફર ઝડપાયો, ઇમિગ્રેશન વિભાગે પોલીસ ને જાણ કરી.