মঙ্গলদৈ:১২নবেম্বৰ:: দৰং ৰ উচ্চ শিক্ষাৰ অভিকেন্দ্ৰ মঙ্গলদৈ মহাবিদ্যালয় আৰু মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে ' দৰং ৰ যুটীয়া উদ্যোগত এক অন্তৰঙ্গ আলাপ আৰু অভিনন্দন অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। মঙ্গলদৈ মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনত দিনৰ ১.৩০ বজাৰ পৰা হ'বলগীয়া বিশেষ অনুষ্ঠানত শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ দৰঙী সন্তান সকলৰ লগতে মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰা কৃতিত্বৰে স্নাতক ডিগ্ৰী লাভ কৰা বিশেষ ভাৱে সক্ষম এগৰাকী ছাত্ৰী সহ মুঠ চাৰিগৰাকী ছাত্ৰ -ছাত্ৰীকো অভিনন্দন জ্ঞাপন কৰিব। উক্ত অনুষ্ঠানত উপস্থিত থাকি নৱপ্ৰজন্মৰ কৃতিমান সকলক উৎসাহিত কৰিবলৈ উদ্যোক্তা সকলে শুভাকাংক্ষী সকলক আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Car Care Tips: कार नई हो या पुरानी मेंटेन रखने के फॉलो करें 5 आसान टिप्स, हर महीने बचेंगे हजारों रुपये
Car Maintenance Tips हर कोई चाहता है कि उसकी कार हमेशा अच्छा परफॉर्मेंस दें। वह बिना खराब हुए सही...
অসমীয়াৰ পৰা ইংৰাজী কৰা কথাটোক লৈ সম্পূৰ্ন বিৰোধিতা গহপুৰ ABVPৰ।
প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাৰ মাধ্যমত হ'ব লাগে; ইয়াৰ দাবীৰে গহপুৰ নগৰৰ গহপুৰ হাইস্কুলৰ সন্মুখত...
জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী জিলিকিছে মহানগৰী মুম্বাইত
অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ এটা ভাল খবৰ//জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী জিলিকিছে মহানগৰী মুম্বাইত।।
કરજણ જલારામ નગરપાસેથી સાત જુગારીયાઓને એલ.સી.બી એ મુદ્દામાલ સાથે ઝડપીપાડ્યા.
કરજણ જલારામ નગરપાસેથી સાત જુગારીયાઓને એલ.સી.બી એ મુદ્દામાલ સાથે ઝડપીપાડ્યા.