টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১ আৰু ২ ডিচেম্বৰত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহ প্ৰাংগণত দুদিনীয়াকৈ কেন্দ্ৰীয় ছ্যুকাফা দিৱস আয়োজন কৰা হৈছে । এই উদ্দেশ্যে আজি সংগঠনটোৱে তিলৈ গ্ৰাম্য বজাৰ ফিল্ডত লাইখুটা স্থাপন কৰে । চ্যুকাফা দিৱসৰ লাইখুটা স্থাপনৰ অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে অংশগ্ৰহণ কৰে আৰু কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি কণ্ঠশিল্পী মাধৱৰঞ্জন আৰু কুসুম কৈলাশ ৰ কণ্ঠত সাজি উলিওৱা এটি শীৰ্ষ গীত উন্মোচন কৰে ।এই অনুষ্ঠানটোত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদকৰ লগতে মহকুমা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে কণ্ঠশিল্পী মাধৱৰঞ্জন উপস্থিত থাকে । দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই দিৱসৰ দ্বিতীয় দিনাৰ সভাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে টাইপাই চাওলুং ছ্যু কা ফা বৰ অসম সমন্বয় বটা প্ৰদান কৰিব মেঘালয়ৰ মূখ্যমন্ত্ৰী গৰাকীক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kalpana Soren Crying: Hemant Soren को याद कर भावुक हुईं कल्पना सोरेन, मंच पर फूट-फूटकर रोईं
Kalpana Soren Crying: Hemant Soren को याद कर भावुक हुईं कल्पना सोरेन, मंच पर फूट-फूटकर रोईं
Breaking News: आज चांद की चौखट पर Chandrayaan-3 देगा दस्तक, Moon के लास्ट Orbit में होगी एंट्री
Breaking News: आज चांद की चौखट पर Chandrayaan-3 देगा दस्तक, Moon के लास्ट Orbit में होगी एंट्री
મહિલાઓ આત્મનિર્ભર બનશે: જૂનાગઢમાં
સ્વ-સહાય જૂથોની બહેનો દ્વારા ઉત્પાદિત
વસ્તુઓનું સાત દિવસ સુધી વેચાણ અર્થે નવરાત્રિ
મેળાનું આયોજન
જૂનાગઢમાં સાત દિવસીય નવરાત્રિ મેળાનું આયોજન
કરવામાં આવ્યું છે. જિલ્લા પંચાયતના પ્રમુખ શાંતાબેન...
જુનાગઢ જિલ્લાના માંગરોળના શીલ બસ સ્ટેન્ડ નજીક, બે બાઈક ચાલક સામસામે અથડાતા, ત્રણ વ્યકિતઓ ને ઈજા .
જુનાગઢ જિલ્લાના માંગરોળના શીલ બસ સ્ટેન્ડ નજીક, બે બાઈક ચાલક સામસામે અથડાતા, ત્રણ વ્યકિતઓ ને ઈજા .
खालापूरी येथे बैलपोळा उत्साहात साजरा@news23marathi
खालापूरी येथे बैलपोळा उत्साहात साजरा@news23marathi