ছিপাঝাৰৰ দগীয়াপাৰাৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে সপ্তাহজোৰা ভাগৱতৰ অখণ্ড পাঠ ,৩২ সংখ্যক সপ্তাহ যজ্ঞ অনুষ্ঠান। পুৱাৰ ভাগতে এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ আৰু গ্ৰামোন্নয়ন বিষয়া বিনোদ চহৰীয়াই। অসমৰ জনপ্ৰিয় নাগাৰানামৰ জ্যেষ্ঠ শিল্পী ৰামচৰণ ভড়ালীয়ে ২আঘোণৰ সামৰণিৰ দিনা সন্ধিয়া প্ৰদৰ্শন কৰিব নাম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arvind Kejriwal Arrest: अरविंद केजरीवाल को हाईकोर्ट से झटका, ED की रिमांड में रहेंगे दिल्ली के सीएम
Arvind Kejriwal Arrest: अरविंद केजरीवाल को हाईकोर्ट से झटका, ED की रिमांड में रहेंगे दिल्ली के सीएम
বিদ্যালয় প্ৰাদেশীকিকৰণ কৰাৰ সম্ভাৱনা নাই : মাজুলীত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ
মাজুলীৰ অভিভাৱক মন্ত্ৰী হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু আজি মাজুলীত...
'नाम बदलने से…’, China की किस हरकत पर भड़क गए S.Jaishankar, दे दिया जवाब
'नाम बदलने से…’, China की किस हरकत पर भड़क गए S.Jaishankar, दे दिया जवाब
વિરપુર તાલુકાના ખરોડ ગ્રામ પંચાયતના ગામોમાં રાત્રિ દરમ્યાન અપાતો વીજ પુરવઠો દિવસે આપવાની માંગ સાથે ખેડૂતોએ MGVCL કચેરી ખાતે આવેદન આપ્યું..
મહિસાગર જીલ્લાના વિરપુર તાલુકાના ખરોડ ગ્રામ પંચાયતના વિસ્તારોમાં રાત્રિ દરમ્યાન અપાતો ખેતી માટેનો...
ಗ್ರಾಮಾಂತರ ಪ್ರದೇಶಗಳಲ್ಲಿ ಕರ್ನಾಟಕ ಶಾಸ್ತ್ರೀಯ ಸಂಗೀತವನ್ನು ಸಬಲೀಕರಣ ಗೊಳಿಸಲು ವಿವಿಧ ಕಾರ್ಯಕ್ರಮಗಳನ್ನು ಹಮ್ಮಿಕೊಂಡಿದ್ದೇವೆ - ವಿದ್ವಾನ್ ಪ್ರಶಾಂತ್ ಅಯ್ಯಂಗಾರ್
ಏಪ್ರಿಲ್ 13, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ಶಾಸ್ತ್ರೀಯ ಸಂಗೀತ ಒಕ್ಕೂಟ ಟ್ರಸ್ಟ್' ನ...