সোণাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

সোণাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।৭ কাৰ্টুন বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ।বিস্ফোৰক সামগ্ৰীৰ সৈতে এগৰাকী নগা মহিলাক আটক কৰে নামতোলা আৰক্ষীয়ে।নাগালেণ্ডৰ ভেৰি মিজো নামৰ মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে বিস্ফোৰক সামগ্ৰী সমূহ।বিস্ফোৰক সামগ্ৰীসমূহ কঢ়িয়াই অনা অটো চালক আদাম তাঁতী আৰু অটোখন জব্দ কৰিছে আৰক্ষীয়ে।