মঙলদৈ ভেবাৰঘাট ইছলামপুৰ হৈ নগৰবাহী সংযোগী পথত সঘনাই দুৰ্ঘটনা ৷পথৰ ওপৰত থকা বৈদ্যুতিক আৰু ফোনৰ খুটাৰ বাবে সংঘটিত হয় দুৰ্ঘটনা৷ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে মৃত্যুক আকোৱালী লবলগীয়া হৈছে পথচাৰীয়ে৷ মঙলদৈ ভেবাৰঘাট ইছলামপুৰ হৈ নগৰবাহী সংযোগী পথৰ প্ৰায় মাজতে থকা কেইবাটাও বৈদ্যুতিক আৰু ফোনৰ খুটাৰ বাবে সঘনে সংঘটিত হয় দুৰ্ঘটনা৷ পথ নিৰ্মাণৰ ঠিকাদাৰ, PWD, কিম্বা বৈদ্যুতিক বিভাগে নলয় দায়িত্ব৷ পথ নিৰ্মাণৰ ঠিকাদাৰ, PWD, কিম্বা বৈদ্যুতিক বিভাগৰ অৰিয়াঅৰিত প্ৰান হেৰুৱাবলগীয়া হৈছে বহুতে৷ স্থানীয় লোকে জিলা প্ৰশাসনৰ জৰিয়তে খুটা সমুহ আতৰাবলৈ আহ্বান জনালে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Truck Driver Strike: Rajasthan में ड्राइवरों ने कर दिया बवाल, अब इस मांग को लेकर खोल दिया मोर्चा
Truck Driver Strike: Rajasthan में ड्राइवरों ने कर दिया बवाल, अब इस मांग को लेकर खोल दिया मोर्चा
માર્ગદર્શન: કૃષિ યુનિવર્સિટી જૂનાગઢ ખાતે
“આઈ.ઓ.ટી. અને એ.આર./વી.આર. એમ્બેડેડ
ક્લાયમેન્ટ વોટર મેનેજમેન્ટ” પર વોકેશનલ તાલીમ
યોજાઈ
કૃષિ યુનિવર્સિટી જૂનાગઢ ખાતે “આઈ.ઓ.ટી. અને
એ.આર./વી.આર. એમ્બેડેડ ક્લાયમેન્ટ વોટર...
Cash For Query Case: 'पूछताछ से पहले मेरा जवाब भी पढ़ लीजिए', TMC सांसद महुआ मोइत्रा ने दो पन्नों का पत्र जारी किया
नई दिल्ली। पैसे और कीमती उपहार लेकर संसद में सवाल पूछने के आरोपों में घिरी महुआ मोइत्रा ने...
महाराष्ट्र राज्य प्राथमिक शिक्षक समिती बीड च्या वतीने धरणे आंदोलन@news23marathi
महाराष्ट्र राज्य प्राथमिक शिक्षक समिती बीड च्या वतीने धरणे आंदोलन@news23marathi