ৰঙিয়া মহকুমাৰ ধুহি নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত আয়োজিত ফুটচাল প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ কালি নিশা সামৰণি পৰে৷পোন প্ৰথমবাৰৰ বাবে আয়োজিত উক্ত খেলত এইবেলি মুঠ ২৮ টা দলে যোগদান কৰিছিল৷চমুখা আঞ্চলিক হাইস্কুল খেলপথাৰত কেইবাদিনো ধৰি অব্যাহত থকা খেলৰ কালি চুড়ান্ত আৰু অৰ্ধচুড়ান্ত খেলৰ কালি নিশা সামৰণি পৰে৷দিবানৈশ উক্ত ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কমাৰকুছি চিক্স ব্ৰাদাৰ্চৰ ক্লাব আৰু জাপিয়া এফ চিৰ মাজত অনুষ্ঠিত হয়৷খেলখনৰ দুয়োটা অৰ্ধই অমীমাংসিত ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত জাপিয়া দল ২-১ গলত বিজয়ী হয়৷খেলৰ অন্তত দুয়োদলৰ খেলুৱৈ সকলক বটাঁ বিতৰণ কৰে৷খেলত কেইবাজনো আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पोत्रा येथे मतिमंद मुलीवर अत्याचार;आरोपी अटक@india report
पोत्रा येथे मतिमंद मुलीवर अत्याचार;आरोपी अटक@india report
MCN NEWS| कैलास बाबा खुनप्रकरणी तिघांना अटक गांजा पिण्याच्या कारणावरुन झाला होता वाद
MCN NEWS| कैलास बाबा खुनप्रकरणी तिघांना अटक गांजा पिण्याच्या कारणावरुन झाला होता वाद
ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক EIILM Kolkataৰ NE leadership award,অহাকালি গুৱাহাটিত বঁটা প্ৰদান কৰা হব।
ৰহা একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক EIILM...