মাহমৰাত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিৰোধী প্ৰাৰ্থীক সকলক তীব্ৰ সমালোচনা কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।

মন্ত্ৰী গৰাকীৰ মতে ৰাইজে প্ৰাৰ্থীক নহয় পদুম ফুলৰ চিহ্ন অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিকহে চিনি পায়।সেয়ে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত।