মৰিগাঁও জিলাৰ মৈৰাবাৰীত মাদ্ৰাছা উচ্ছেদ কৰিলে প্ৰশাসনে ৷ মৈৰাবাৰী চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছাৰ মুফটি মুস্তাফাক জেহাদীৰ লগত সম্পৰ্ক ৰক্ষাৰ তথ্য লাভ কৰি গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে ৷ ইয়াৰ পিছতে মুফটি মুস্তাফাই প্ৰতিস্থা কৰা জমিউল হুদা মাদ্ৰাছা ছীল কৰি দিছিল প্ৰশাসনে ৷ পিছত ৪ আগষ্টৰ পুৱাই জেহাদীৰ লিংকমেন মুফটি মুস্তাফাই স্থাপন কৰা জমিউল হুদা মাদ্ৰাছা উচ্ছেদ কৰে প্ৰশাসনে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં બિસ્કીટ ના ભાવો માં વઘારો
પર્વોની શ્રેણી દિપાવલીને આડે ગણતરીના દિવસો બાકી રહ્યા છે ત્યારે સિહોર શહેરમાં ફરસાણ બેકરી,...
Good touch Bad touch: Bihar की वो टीचर, जो अनूठे ढंग से सिखा रही है 'गुड टच बैड टच' (BBC Hindi)
Good touch Bad touch: Bihar की वो टीचर, जो अनूठे ढंग से सिखा रही है 'गुड टच बैड टच' (BBC Hindi)
Lok Sabha Election 2024: PM Modi के 'घुसपैठियों को संपत्ति' वाले बयान पर सियासी संग्राम
Lok Sabha Election 2024: PM Modi के 'घुसपैठियों को संपत्ति' वाले बयान पर सियासी संग्राम
সোণাৰিৰ ডিপ্লিং চাহ বাগিচাক লীজত দিয়াৰ বিৰোধিতা চাহ শ্ৰমিকৰ
সংকটত অসমৰ চাহ উদ্যোগ। লীজত দিব অসম চাহ নিগমৰ বহু কেইখন চাহ বাগিচা। তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি...