সোণাৰিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰিলে দুখন গ্ৰন্থ। অসমীয়া শিশু সাহিত্য ক্ষেত্ৰখনৰ অতি চিনাকি নাম দীপক কুমাৰ কলিতাৰ দুখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। মৰিয়াহোলাৰ স্ৰষ্টা তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰে দুয়োখন গ্ৰন্থ। সোণাৰিৰ সমলয় গোষ্ঠীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় দীপক কুমাৰ কলিতাৰ নৱতম গ্ৰন্থ "মৰমৰ বৰষুণত তিতাৰ দিনা" আৰু "অপুৰ পৃথিৱী" নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়। অভিজিৎ ভূঞাই আঁত ধৰা গ্ৰন্থ উন্মোচনী আৰু অন্তৰংগ আবেলিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন শৰ্মা, মণি গগৈ, কবি মধুছন্দা শইকীয়া বৈশ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, সমাজকৰ্মী ৰুণু সন্দিকৈ, স্বপন কৰ, বিপ্লৱজ্যোতি ৰাজখোৱাৰ লগতে বহু কেইগৰাকী লোক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મેઘરાજાના વિરામ બાદ હવામાન નિષ્ણાંત અંબાલાલ પટેલે કરી ફરી ભારે વરસાદની આગાહી.!
હવામાન નિષ્ણાંત અંબાલાલ પટેલની આગાહી મુજબ રાજ્યમાં વધુ એક વરસાદની મજબૂત સિસ્ટમ ગુજરાતમાં સક્રિય...
पुलिस सेवा निवृत्त कल्याण संस्थान द्वारा स्नेह मिलन समारोह आयोजित किया गया
कोटा
पुलिस सेवा निवृत कल्याण संस्थान द्वारा स्नेह मिलन समारोह आयोजित किया गया
कोटा।समारोह...
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
જુનાગઢ ખાતે ૮ થી ૧૩ વર્ષની વયમર્યાદા ધરાવતા અનુ. જાતિના બાળકો માટે એડવેન્ચર કોર્ષ યોજાશે
ભાગ લેવા ઇચ્છતા બાળકો તા. ૩૦/૧૨/૨૦૨૨ સુધી અરજી કરી શકશેરાજયના ૮ થી ૧૩ વર્ષની વયમર્યાદા ધરાવતા...
અખિલ રાજુપુત યુવાસંઘ દ્રારા પાલનપુર તાલુકના હાથીદરા ગામે આવેલ હરગંગેશ્વર મંદિરના પ્રાંગણમાં રાજપૂત
અખિલ રાજુપુત યુવાસંઘ દ્રારા પાલનપુર તાલુકના હાથીદરા ગામે આવેલ હરગંગેશ્વર મંદિરના પ્રાંગણમાં રાજપૂત