সোণাৰিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰিলে দুখন গ্ৰন্থ। অসমীয়া শিশু সাহিত্য ক্ষেত্ৰখনৰ অতি চিনাকি নাম দীপক কুমাৰ কলিতাৰ দুখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। মৰিয়াহোলাৰ স্ৰষ্টা তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰে দুয়োখন গ্ৰন্থ। সোণাৰিৰ সমলয় গোষ্ঠীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় দীপক কুমাৰ কলিতাৰ নৱতম গ্ৰন্থ "মৰমৰ বৰষুণত তিতাৰ দিনা" আৰু "অপুৰ পৃথিৱী" নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়। অভিজিৎ ভূঞাই আঁত ধৰা গ্ৰন্থ উন্মোচনী আৰু অন্তৰংগ আবেলিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন শৰ্মা, মণি গগৈ, কবি মধুছন্দা শইকীয়া বৈশ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, সমাজকৰ্মী ৰুণু সন্দিকৈ, স্বপন কৰ, বিপ্লৱজ্যোতি ৰাজখোৱাৰ লগতে বহু কেইগৰাকী লোক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર ખાતેથી જિલ્લા વિકાસ અધિકારીશ્રી સ્વપ્નિલ ખરેએ ૧૨ ઇ-વ્હીકલને લીલીઝંડી આપી પ્રસ્થાન કરાવ્યું..
સ્વચ્છ ભારત મિશન (ગ્રામિણ) હેઠળ પાલનપુર ખાતેથી જિલ્લા વિકાસ અધિકારીશ્રી સ્વપ્નિલ ખરેએ ૧૨...
बाथरूम की खिड़की तोड़कर दो दिन पहले एक नाबालिग बालिका भाग गई नांता थाना क्षेत्र स्थित बालिका गृह के
नांता थाना क्षेत्र स्थित बालिका गृह के बाथरूम की खिड़की तोड़कर दो दिन पहले एक नाबालिग बालिका भाग...
પડતર માંગણીઓનો ઉકેલ ન આવતા જિલ્લા કલેકટર કચેરીએ ધરણાં કર્યા
ગીર સોમનાથ માં આશા વર્કર પડતર માંગણીઓનો ઉકેલ ન આવતા જિલ્લા કલેકટર કચેરીએ ધરણાં કર્યા
ৰহাত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন,সাত জন জ্যেষ্ঠ নাগৰিকক বিশেষ সম্বৰ্ধনা জ্ঞাপন।
অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰহা শাখাৰ উদ্যোগত আজি ৰহাত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উলহ মালহেৰে...