দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ কি মন্তব্য কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৭ নং ৰজাবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত: ধৰ্মেশ্বৰ কোঁৱৰ

আজি অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৭ নং ৰজাবাৰী সমষ্টিৰ পৰা বিজেপি দলৰ হৈ  প্ৰতিদ্বন্দিতা আগবঢ়োৱা ভৈৰৱ দেউৰীৰ জয় নিশ্ছিত বুলি দাবী কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।