সোণাৰিত বুজন পৰিমাণৰ ড্ৰাগছ সহ ৯ জনক আটক

✍️সোণাৰি আৰক্ষীৰ বৃহৎ সফল

✍️ ড্ৰাগছৰ ঘাটি উৎখাত

✍️ বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ  ৯ জনক আটক

✍️গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে চলালে অভিযান

✍️ চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত আৰক্ষীৰ অভিযান