সোণাৰিত বুজন পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছৰ ঘাটি উৎখাত।‌‌ বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ ৯ জনক আটক। গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষী অভিযান। সোণাৰি স্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত আৰক্ষীৰ অভিযান।

আটকাধীন যুৱককেইজনৰ নাম বিশ্বজিৎ দাস, পল্লৱ সেৱক, কিশোৰ গগৈ, ৰূপজ্যোতি কোঁৱৰ, মুজাকিৰ হুছেইন, পবিত্ৰ গঞ্জু, বিশাল ভুঁই, কিষাণ প্ৰসাদ, চনু গঞ্জু। বৰ্তমান আটাইকে সুধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।