শোনিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। প্ৰতিদিনে এই সংঘাতে লৈছে ভয়ংকৰ ৰূপ।অঞ্চলটোৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে গঞাঁ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ ফলত বিনিদ্ৰ ৰজনীত দিন কটাইছে ভূক্তভোগী ৰাইজে ।নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰি ৰাইজৰ ঘৰ দুৱাৰ ভাঙাৰ লগতে ধান খাই তহিলং কৰাৰ ফলত এতিয়া কেঁচাতে ধান চপাবলগীয়া হোৱাত কৃষকে মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা। হাতীৰ জাকটো বিগত প্ৰায় ৩/৪ দিন ধৰি ফুলবাৰি চাহ বাগিচাতে অৱস্থান কৰি চাহ বাগিছাৰ ৰাইজকো চৰম অস্বস্তিত পেলাইছে। উল্লেখ্য যে বন বিভাগক খবৰ দিয়াৰ পাচতো হাতীৰ জাকটো বৰ্তমানলৈকে খেদি ওলিয়াব নোৱাৰত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તારાપુરના વરસડા સીમમાં જીવતાં વીજ વાયરના કરંટથી આધેડનું ધટના સ્થળે મોત
તારાપુર વીજ કંપની ની લાલિયાવાડી થી જીવતા વાયર થી કરંટ લાગતા એક આધેડ નું મોત તારાપુરના વરસડા ગામે...
15th August 2023 Ahmedabad independence Day speech "GS MALIK" Commissioner OFFICE Shahibaug
15th August 2023 Ahmedabad independence Day speech "GS MALIK" Commissioner OFFICE Shahibaug
રાધનપુર રાપરીયા હનુમાન મંદિર પાસે સિપ્ટ ગાડીનો નો થયો એક્સિડન્ટ
ડાઇવર નો આબાદ બચવા
[13/9 21:12] દિનેશભાઇ Sadhu: રાધનપુર રાપરીયા હનુમાન મંદિર પાસે સિપ્ટ ગાડીનો નો થયો એક્સિડન્ટ...