বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি স্বৱলম্বী হোৱাৰ দিশে মাজুলীৰ অৰ্ধ শতাধিক মহিলা ৷ ৰাষ্ট্ৰীয় গ্ৰামিন জীৱিকা অভিযান মিচনৰ জড়িয়তে মহিলা সকলক স্বাৱলম্বী কৰি গঢ়িবলৈ বিভিন্ন ধৰনৰ প্ৰশিক্ষণ ৰূপায়ন কৰিছে ৷ এই উপলক্ষে ফুলনিত উজনিমাজুলীৰ ৮খন পঞ্চায়তৰ অৰ্ধশতাধিক মহিলাৰ মাজত বাঁহৰ গহনা , কাপ প্লেট, বটল , গিলাছ আদিৰ লগতে বিভিন্ন ধৰনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ পুৰুষৰ সমানে সমানে মহিলা সকলক আগবঢ়াই নিবৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামিন জীৱিকা অভিযানে কাম অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભરૂચ વાગરા બેઠક ઉપર ભાજપે હેટ્રીક મારી@live24newsgujarat
ભરૂચ વાગરા બેઠક ઉપર ભાજપે હેટ્રીક મારી@live24newsgujarat
ৰহাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ।শ্ৰমিক সকলৰ লগত গ্ৰহন কৰিলে পূবাৰ আহাৰ
৯নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আজি ৰহাৰ বিভিন্ন প্ৰান্তত...
વડોદરા શહેરના કર્તવ્ય ચેરીટેબલ ટ્રસ્ટના યુવાનો દ્વારા એક નવું અભિયાન શરૂ કરાવ્યું છે
વડોદરા શહેરના કર્તવ્ય ચેરીટેબલ ટ્રસ્ટના યુવાનો દ્વારા એક નવું અભિયાન શરૂ કરાવ્યું છે
Upcoming EVs in 2024: अफोर्डेबल प्राइस और जबरदस्त रेंज के साथ एंट्री मारेंगी ये इलेक्ट्रिक कार, देखिए लिस्ट
Maruti Suzuki अपनी eVX एसयूवी के साथ इलेक्ट्रिक कार मार्केट में एंट्री मारेगी और इसके 2024 के अंत...