নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীহৰি মন্দিৰত কালিৰে পৰা তেৰ দিনীয়াকৈ ৮৯তম ৰাস মহোৎসৱ আৰম্ভ হৈছে৷সাত নবেম্বৰৰ প্ৰথম কাৰ্য্যসূচী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰে হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মাই৷ইয়াৰ পিচতে ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷সন্ধিয়া নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই৷ইয়াৰ পিচতে ৰাসৰ শুভাৰম্ভ কৰে বৰদোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અર્બુદા સેના ધાનેરા વિશાલ રેલી
અર્બુદા સેના ધાનેરા વિશાલ રેલી
Breaking News:Canada ने भारत के डिप्लोमैट को देश से निकाला, Trudeau के बयान के बाद तल्खी बढ़ाने कदम!
Breaking News:Canada ने भारत के डिप्लोमैट को देश से निकाला, Trudeau के बयान के बाद तल्खी बढ़ाने कदम!
कोटा स्टेशन के प्लेटफ़ॉर्म 2 पर कोटा डोरिया साड़ी एवं सूट का स्टाल स्थापित
कोटा। रेल मंत्रालय द्वारा एक स्टेशन एक उत्पाद योजना के तहत कोटा रेलवे स्टेशन के प्लेटफ़ॉर्म संख्या...