কাজিৰঙাত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ ১১ জনীয়া এক সজাঁতী দল। চৰকাৰী বিভিন্ন বিভাগৰ কাম কাজ পৰ্যবেক্ষণ কৰিব সজাঁতী দলটোৱে। অধ্যক্ষ তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চোধুৰীৰ নেতৃত্বত অহা উচ্চক্ষতাসম্পন্ন দলটোৱে উজনি অসমৰ কেইবাখনো জিলাত ৰূপায়ন হোৱা আচনিসমূহৰ চৰজমিন পৰ্যবেক্ষণ কৰি অগ্ৰগতিৰ বুজ লব।প্ৰথমে গোলাঘাট জিলাৰ কাজিৰঙাৰ পৰা আৰম্ভ হ'ব দলটোৰ যাত্ৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Pannun की हत्या की साजिश के आरोपों का India-US संबंधों पर क्या प्रभाव होगा? Canada | | Nikhil Gupta
Pannun की हत्या की साजिश के आरोपों का India-US संबंधों पर क्या प्रभाव होगा? Canada | | Nikhil Gupta
মৰাণ ইকৰাণীত নিশা ৰেল খুন্দাত প্ৰাণ গল এজনৰ, পুৱাই শ্ৰমিক ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহ
মৰাণ ইকৰাণীত নিশা ৰেল খুন্দাত প্ৰাণ গল এজনৰ, পুৱাই শ্ৰমিক ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহ
आय से ज्यादा संपत्ति मामले में सपा के पूर्व विधायक दीप नारायण सिंह यादव पर कसा तंज, केस दर्ज
यूपी के झांसी में गरौठा विधानसभा सीट से समाजवादी पार्टी के विधायक रहे दीपनारायण सिंह यादव पर...