মঙ্গলদৈ ৭ নবেম্বৰ:: মঙ্গলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত ৪৩ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণ ৰাসোৎসৱ উদ্ যাপন।

∆ ৰাসোৎসৱ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ ড° ননীগোপাল মহন্তই।

∆ এইবাৰ ৰাসোৎসৱ চলিত ৭নবেম্বৰৰ পৰা পৰা ১৫ নবেম্বৰ,২০২২ তাৰিখলৈ ৯ দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আড়ম্বৰপূৰ্ণভাবে আয়োজনৰ ব্যৱস্থা উদ্যোক্তা সমিতিৰ।