গুৱাহাটীৰ চাৰ্ভেত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন মাৰুতি ছুজুকী বাহনত নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা খুন্দা এখন ক্ৰেটা বাহনৰ৷ দুৰ্ঘটনা সংঘটিত হয় যদিও কোনো লোক আহত হোৱা নাই৷ 

ঘটনাৰ পাছতে ক্ৰেটা বাহনখনৰ চালক পলাবলৈ চেষ্টা কৰে যদিও চালকজনক কৰায়ত্ত কৰে স্থানীয় লোকে৷

ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী।