আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : দেশৰ ৰাজহুৱা তৈল কোম্পানী সমূহৰ অন্যতম আৰু নবৰত্ন সন্মানেৰে সন্মানিত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ২ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰিছে ডঃ ৰণজিৎ ৰথে । উল্লেখযোগ্য যে আই আই আই টি বোম্বাই আৰু আই আই টি খড়্গপুৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ডঃ ৰণজিৎ ৰথ অইলকে ধৰি এনে ধৰণৰ প্ৰতিষ্ঠানত বিভিন্ন ক্ষেত্ৰত ২৫ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট । ইয়াৰ পূৰ্বে ডঃ ৰথে ভাৰতীয় ভূ - তাত্বিক জৰীপ বিভাগত সঞ্চালক প্ৰধান আৰু খনিজ বিদেশ ইণ্ডিয়া লিমিটেডত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল । আনকি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ অধীনৰ তেল আৰু প্ৰাকৃতিক গেছৰ লগত জড়িত কেবাটাও প্ৰতিষ্ঠানত ডঃ ৰথে সেৱা আগবঢ়াইছিল । তেওঁৰ নিযুক্তিয়ে অইলক শক্তিশালী ৰূপত গঢ় দিব বুলি আশা কৰা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আদিবাসী লোকৰ বিভিন্ন সমস্যাক লৈ জিলা উপায়ুক্তৰ সৈতে আছা"ৰ আলোচনা
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিশ্বনাথ জিলা সমিতি তৰফৰ পৰা বিশ্বনাথ জিলাৰ সমূহ চাহ বাগিচাৰ...
White Paper News: श्वेत पत्र को लेकर को लेकर विपक्षी नताओं ने BJP पर बोला हमला, सुनिए बयान | Aaj Tak
White Paper News: श्वेत पत्र को लेकर को लेकर विपक्षी नताओं ने BJP पर बोला हमला, सुनिए बयान | Aaj Tak
Samsung Galaxy S23 FE 5G फोन हुआ ऑफिशियली टीज, 50MP कैमरा और 4500mAh बैटरी के साथ जल्द करेगा एंट्री
Samsung Galaxy S23 FE 5G Features गैलेक्सी S23 FE 5G इस महीने के आखिरी में लॉन्च हो सकता है।...
Commuters on road bashed up in Shillong
It was terror unleashed in Shillong city as group of boys assaulted innocent passers by...