তাঞ্জানিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, অৱতৰণৰ সময়ত হ্ৰদত ডুব যায় যাত্ৰীৰ সৈতে বিমানখন। যাত্ৰীবাহী বিমানখন অৱতৰণৰ সময়ত উত্তৰ-পশ্চিম চহৰ বুকোবাৰ বিমানবন্দৰৰ কাষৰ ভিক্টোৰিয়া হ্ৰদত পৰি যায়। বুকোবা বিমানবন্দৰৰ ৰানৱেৰ এটা মূৰ আফ্ৰিকাৰ সৰ্ববৃহৎ হ্ৰদ ভিক্টোৰিয়া হ্ৰদৰ ঠিক কাষতে অৱস্থিত। প্ৰিচিচন এয়াৰ বিমানখন দাৰ এছ ছালামৰ পৰা বুকোবা হৈ মৱাঞ্জা হৈ উৰা মাৰিছিল।
ইতিমধ্যে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি জনা গৈছে। তাঞ্জানিয়া ব্ৰডকাষ্টিং কৰ্পোৰেশ্যনে (টিবিচি) কয় যে, "ৰাজধানী দাৰ এছ ছালামৰ পৰা উৰা মাৰিথকা বিমানখন আজি ৰাতিপুৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত ভিক্টোৰিয়া হ্ৰদত ডুব গৈছিল।" এতিয়ালৈকে পোন্ধৰজন লোকক উদ্ধাৰ কৰা হৈছে, কিন্তু প্ৰিচিচন এয়াৰ বিমানখনত কিমান জন যাত্ৰী আছিল বা কোনো মৃত্যু হৈছিল নে নাই সেয়া জনা নাযায়, টিবিচিয়ে কয়।
বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰকাৰী নাও সমূহ মোতায়েন কৰা হৈছে আৰু জৰুৰীকালীন কৰ্মীসকলে বিমানখনত আৱদ্ধ হৈ থকা আন যাত্ৰীসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चबा-चबाकर खाने के हैं बड़े फायदे, जानें क्यों बड़े-बुजुर्ग हमेशा देते हैं धीरे खाने की सलाह!
हम में से ज्यादातर लोग हमेशा जल्दी में खाना खाते हैं। फिर चाहे सुबह ऑफिस जाने की जल्दी हो...
ધ્રાંગધ્રામાં ઝાલાવાડી ઘાંચી 52 ગામ સમાજના તેજસ્વી તારલા નો ટાઉનહોલ ખાતે સન્માન સમારોહ યોજાયો
ધ્રાંગધ્રામાં ઝાલાવાડી ઘાંચી 52 ગામ સમાજના તેજસ્વી તારલા નો ટાઉનહોલ ખાતે સન્માન સમારોહ યોજાયો
বিপিএফ দলক হত্যাকাৰী দল বুলি অভিহীত কৰা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ ওপৰত এজেহাৰ দাখিল BPFৰ
BTR ৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ গ্ৰেপ্তাৰৰ দাবীত তামুলপুৰ...
ઉમરાળા શહેરની દાતાર ચોકડી પરથી નશો કરેલી હાલતમાં તેમજ દારૂ સાથે બે ઇસમો ઝડપાયા
ઉમરાળા શહેરની દાતાર ચોકડી પરથી નશો કરેલી હાલતમાં તેમજ દારૂ સાથે બે ઇસમો ઝડપાયા