সোণাৰিৰ টিমন পহুচূঙী গাঁৱত সোণাৰু গছৰ পুলি ৰোপন অনুষ্ঠান। প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ প্ৰচেষ্টাত স্থানীয় সাংবাদিক অৰূপ দিহিঙীয়াৰ উদ্যোগ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ২০০ টাই সোণাৰু গছৰ পুলি ৰোপন কৰা হয়। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, বিশিষ্ট কণ্ঠশিল্পী বিপিন চাউদাঙ, মাধৱ ৰঞ্জন, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, বিশিষ্ট সমাজকৰ্মী উত্তম চাংমাইৰ অংশগ্ৰহণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मनपाचे मुख्य कार्यकारी अधिकारी वाहुळ यांना निलंबित करून वीट चोरी प्रकरणी कायदेशीर कारवाई करावी.
मनपाचे मुख्य कार्यकारी अधिकारी वाहुळ यांना निलंबित करून वीट चोरी प्रकरणी कायदेशीर कारवाई करावी.
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh
3 Easiest Homemade Weight Gain Shakes | Gain Weight in 15 Days| Yatinder Singh
बाळासाहेबांची शिवसेना शिरुर -आंबेगाव युवासेना प्रमुखपदी अमोल पोकळे
शिरुर: शिरुर आंबेगाव विधानसभा मतदारसंघातील बाळासाहेबांची शिवसेना या पक्षाचे युवा उपतालुकाप्रमुख...
তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয় আৰু আদালতৰ চৌহদত গোটকা, ধপাত আদি নিচাযুক্ত সামগ্ৰী সেৱনত নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ
তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয় আৰু আদালতৰ চৌহদত গোটকা, ধপাত আদি নিচাযুক্ত সামগ্ৰী সেৱনত...