সোণাৰিৰ টিমন পহুচূঙী গাঁৱত সোণাৰু গছৰ পুলি ৰোপন অনুষ্ঠান। প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ প্ৰচেষ্টাত স্থানীয় সাংবাদিক অৰূপ দিহিঙীয়াৰ উদ্যোগ আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ২০০ টাই সোণাৰু গছৰ পুলি ৰোপন কৰা হয়। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, বিশিষ্ট কণ্ঠশিল্পী বিপিন চাউদাঙ, মাধৱ ৰঞ্জন, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, বিশিষ্ট সমাজকৰ্মী উত্তম চাংমাইৰ অংশগ্ৰহণ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমীয়া চিনেমা 'বন্ধু'ৰ প্ৰচাৰৰ উদেশ্যেৰে তিনিচুকীয়াত অভিনেতা নয়ন নিলিম
অসমীয়া চিনেমা 'বন্ধু'ৰ প্ৰচাৰৰ উদেশ্যেৰে তিনিচুকীয়াত অভিনেতা নয়ন নিলিম
মৰাণৰ নতুন নগৰত বাচ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্যত গুৰুতৰ ভাৱে আহত দহজনকৈ যাত্ৰী।
মৰাণ অভিমুখে AS04AC6375 নং বাচ আৰু ডিব্ৰুগড় অভিমুখে AS04 3C1334 ডাম্পাৰ খনৰ মুখামুখি সংঘৰ্ষ হয়।...
मारवाड़ी युवा मंच के मोरानहाट शाखा के साइक्लोथोन रैली के समापन समारोह में राजस्व मंत्री जोगेन मोहन
मारवाड़ी युवा मंच के मोरानहाट शाखा के साइक्लोथोन रैली के समापन समारोह में राजस्व मंत्री जोगेन मोहन
બોટાદ લઠ્ઠાકાંડ બાદ પણ હજુ અરવલ્લી જિલ્લામાં દારૂબંધીની અમલવારી પર અનેક સવાલો...!!! ll MIM NEWS
બોટાદ લઠ્ઠાકાંડ બાદ પણ હજુ અરવલ્લી જિલ્લામાં દારૂબંધીની અમલવારી પર અનેક સવાલો...!!! ll MIM NEWS
ঢকুৱাখনা সোনাৰী চাপৰি "ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভূমি বেদখলৰ অভিযোগ।
ঢকুৱাখনা 'সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভূমি বেদখলৰ অভিযোগ।সোণাৰি চাপৰি গাঁও...