শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সাহিত্য -সংস্কৃতি প্ৰতিযোগিতাত। সাপেখাতিৰ শিৱপ্ৰসাদ বৰুৱা- সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সমাৰোহৰ মূল মণ্ডপত বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ বিপৰীতে একাধিক স্থানত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা সমূহ। বিশেষকৈ বৰগীত, দিহানাম, খোলবাদন, লোকগীত আদিৰ লগতে সাহিত্যৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিছে প্ৰতিযোগীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত ৫১ খন জিলাৰ ভিতৰত প্ৰায় ৩৫ খন জিলা শাখাৰ প্ৰতিযোগীয়ে শিশু, যুৱ আৰু আই মাতৃ এই তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
HDFC Bank Share Holding Pattern Explained | FIIs की Ownership कितनी है? |Anuj Singhal |Business News
HDFC Bank Share Holding Pattern Explained | FIIs की Ownership कितनी है? |Anuj Singhal |Business News
મહાશિવરાત્રીની ડીસા શહેરમાં ધામધૂમ પૂર્વક ઉજવણી કરાઈ..
મહાશિવરાત્રીની ડીસા શહેરમાં ધામધૂમ પૂર્વક ઉજવણી કરાઈ..
शिवसेनेच्या वतीने मराठवाडा मुक्ती संग्राम दिनानिमित्त स्वतंत्रपणे अभिवादन करण्यात आले.
औरंगाबाद :- १७ स.(दीपक परेराव)शिवसेनेच्या वतीने आज १७ सप्टेंबर शनिवारी रोजी सकाळी ९:०० वाजता...
Paytm Stock Up By 5% | क्यों इस स्टॉक में लौटने लगी तेजी? अब नहीं डूबेगा आपका पैसा? | Zaggle Prepaid
Paytm Stock Up By 5% | क्यों इस स्टॉक में लौटने लगी तेजी? अब नहीं डूबेगा आपका पैसा? | Zaggle Prepaid