শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যই সংবাদকৰ্মীক অৱজ্ঞাসূচক আচৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সাপেখাতিত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত সাংবাদিকক অপদস্থ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। ৰাজপথত জোটা-চেণ্ডেল খুলিহে বাতৰি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। আনহাতে সমাৰোহ স্থলীত সংবাদকৰ্মীৰ বাবে নাই কোনো ধৰণৰ আছুতীয়া কক্ষ। আনকি এটুপি খোৱাপানী যোগান ধৰাৰো আহৰি নাই উদযাপন সমিতিৰ। যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সংবাদ কৰ্মীসকলৰ মাজত। উল্লেখ্য যে, বিগত কেইটামান দিনৰ পূৰ্বে শংকৰদেৱ সংঘৰ কিছু কৰ্মকাণ্ডৰ বাবে বিতৰ্ক সৃষ্টি হোৱাৰ পাছত এনেদৰে সংবাদকৰ্মীসকলক অৱজ্ঞা কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોધરા : ઘોઘંબા તાલુકામાં બ્લડ બેંકની સુવિધા ઉપલબ્ધ કરાવવા માટે આમ આદમી પાર્ટી દ્વારા જિલ્લા કલેકટરને રજુઆત.!!
આમ આદમી પાર્ટીના પંચમહાલ લોકસભા પ્રમુખ એ જિલ્લા કલેક્ટરને લેખિતમાં રજૂઆત કરતા જણાવ્યું છે કે...
बलकासा नगर में मिला युवक का शव केशोरायपाटन
बलकासा नगर में मिला युवक का शव केशोरायपाटन
बाई मुख्य नहर कापरेन बलकासा नहर में मिला युवक शव...