শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যই সংবাদকৰ্মীক অৱজ্ঞাসূচক আচৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সাপেখাতিত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত সাংবাদিকক অপদস্থ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। ৰাজপথত জোটা-চেণ্ডেল খুলিহে বাতৰি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। আনহাতে সমাৰোহ স্থলীত সংবাদকৰ্মীৰ বাবে নাই কোনো ধৰণৰ আছুতীয়া কক্ষ। আনকি এটুপি খোৱাপানী যোগান ধৰাৰো আহৰি নাই উদযাপন সমিতিৰ। যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সংবাদ কৰ্মীসকলৰ মাজত। উল্লেখ্য যে, বিগত কেইটামান দিনৰ পূৰ্বে শংকৰদেৱ সংঘৰ কিছু কৰ্মকাণ্ডৰ বাবে বিতৰ্ক সৃষ্টি হোৱাৰ পাছত এনেদৰে সংবাদকৰ্মীসকলক অৱজ্ঞা কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karnataka Polls: हुबली धारवाड में 'बजरंग बली' की इंट्री से पहले ही आसमान पर है सियासी पारा, नेताओं की लगी होड़
हुबली। कर्नाटक चुनाव में ''बजरंग बली'' की इंट्री के जरिये भाजपा बीते तीन दिनों में सूबे के...
Israel-Gaza War: गाजा में बाइडन के युद्धविराम प्रस्ताव का समर्थन करे सुरक्षा परिषद, अमेरिकी राजदूत ने मसौदा प्रस्ताव भेजा
गाजा में इजरायल और हमास के बीच युद्धविराम की कोशिशें तेज हो गई हैं। अमेरिका ने सोमवार को संयुक्त...
જુનાગઢ માં અગાઉ ના ખાર ને ધ્યાન માં રાખીને કરવામાં આવ્યો લાકડી ને ધોકા વડે હુમલો...
જુનાગઢ માં અગાઉ ના ખાર ને ધ્યાન માં રાખીને કરવામાં આવ્યો લાકડી ને ધોકા વડે હુમલો...
अयोध्या तो शुरुआत थी मथुरा बाकी है...:कोडरमा में बोले CM योगी- पहले देश को औरंगजेब ने लूटा, अब झारखंड को आलमगीर आलम लूट रहे
गेटवे ऑफ झारखंड’ के नाम से मशहूर कोडरमा से यूपी के CM योगी आदित्यनाथ ने झारखंड में अपनी...
સુરત હસ્તકના પોલીસ સ્ટેશન ખાતે જી.આર.ડી./એસ.આર.ડી. સભ્યોની ભરતીનું આયોજન કરવામાં આવ્યું
પુરુષ અને મહિલા બંને ઉમેદવારો અરજી કરી શકશે. અરજી કરવા માટે સંબંધિત અરજી ફોર્મ ભરીને મોકલવાનું...