ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূৰাগাঁৱৰ বৰালিমাৰী আঞ্চলিক সমিতি গঠন।
নতুনকৈ গঠিত হোৱা ৩১ জনীয়া আঞ্চলিক সমিতিৰ সভাপতি আবু আয়ুব আনচাৰী আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মেহবুব ৰাব্বানী আৰু শ্বেখ ফৰিদ। নৱ গঠিত সমিতিখনে অঞ্চলটোৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দি যাব বুলি মন্তব্য কৰে নৱ গঠিত সমিতিখনৰ সভাপতি গৰাকীয়ে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূৰাগাঁৱৰ বৰালিমাৰী আঞ্চলিক সমিতি গঠন
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_33cbd55400c81d4486364eafadccee18.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)