কংগ্ৰেছে খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে। সেয়ে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব দিব পৰা নাই।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

কিছুদিনৰ পাছত বিধানসভা, লোকসভা নিৰ্বাচনতো প্ৰাৰ্থীত্ব আগবঢ়াব নোৱাৰিব। প্ৰাৰ্থীত্ব দিবলৈ মিঞা অধ্যুষিত অঞ্চলত যাব লাগিব। এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

মাহমৰা সমষ্টিৰ গড় চাৰিআলিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আহি এই মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে।