আজি পুৱাই গণেশগুৰিত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

গুৱাহাটীৰ অবৈধ পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC।

উল্লেখ্য যে, GMCৰ আয়ুক্তৰ নিৰ্দেশত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ১ নৱেম্বৰৰ পৰা চলিছে উচ্ছেদ অভিযান।

আজি গণেশগুৰিৰ পদপথত থকা অস্থায়ী দোকানসমূহ এফালৰ পৰা ভাঙি উচ্ছেদ কৰা হৈছে।