অসমত মিঞাঁ মিউজিয়ামৰ কোনো দৰকাৰ নাই ইয়াক ভাঙি পেলাব লাগে৷এই মন্তব্য সাংসদ কুইন ওজাঁৰ৷ বুধবাৰে নিশা কামৰূপ জিলাৰ গড়পোট-সদৈকুছিত অনুষ্ঠিত ১০২ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত উপস্থিত হৈ সাংসদ গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে কয়৷

তেওঁ কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাক লৈ ও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই৷ইয়াৰ আগতে সাংসদ গৰাকীয়ে দেৱীৰ ওচৰত সেৱালৈ আশীৰ্বাদ কামনা কৰে৷