বুধবাৰে কামৰূপ জিলাৰ গড়পোট সদৈকুছি শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ মহানৱমীৰ দুপৰীয়া দেৱীৰ ভোগ বিতৰণ কৰে অসমৰ মোহময়ী অভিনেত্ৰী আশা বৰদলৈয়ে৷ভোগ বিতৰণ কৰি তেওঁ কয় যে ভোগ বিতৰণৰ যোগে মই ৰাইজৰ আশীৰ্বাদ বিছাৰিছো৷ৰাইজে মোক নিশ্চয় আশীৰ্বাদ দিব৷কালি অভিনেত্ৰী গৰাকীয়ে পূজা পৰিচালনা সমিতিৰ আমন্ত্ৰণ মৰ্মে পূজাস্থলীত উপস্থিত হৈছিল৷উপস্থিত হৈয়ে তেওঁ পূজাৰ পূৰ্ণাহুতিটো ভাগ লয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આરોગ્ય કર્મી ની બાવીસ માં દિવસે પણ હડતાલ જારી
આરોગ્ય કર્મી ની બાવીસ માં દિવસે પણ હડતાલ જારી
૧૭મો વીરાંજલી કાર્યક્રમ યોજાયો
#buletinindia #gujarat #gandhinagar
মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতি
মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতি
સ્માર્ટવોચના બેન્ડ પર જોવા મળ્યાં ઝેરી કેમિકલ: કેન્સર અને અન્ય જીવલેણ બીમારી થઈ શકે છે
SmartWatch with Toxic Chemical: હાલમાં જ અમેરિકાની યુનિવર્સિટી ઓફ નોત્રે ડેમ દ્વારા સ્માર્ટવોચના...