বুধবাৰে কামৰূপ জিলাৰ গড়পোট সদৈকুছি শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ মহানৱমীৰ দুপৰীয়া দেৱীৰ ভোগ বিতৰণ কৰে অসমৰ মোহময়ী অভিনেত্ৰী আশা বৰদলৈয়ে৷ভোগ বিতৰণ কৰি তেওঁ কয় যে ভোগ বিতৰণৰ যোগে মই ৰাইজৰ আশীৰ্বাদ বিছাৰিছো৷ৰাইজে মোক নিশ্চয় আশীৰ্বাদ দিব৷কালি অভিনেত্ৰী গৰাকীয়ে পূজা পৰিচালনা সমিতিৰ আমন্ত্ৰণ মৰ্মে পূজাস্থলীত উপস্থিত হৈছিল৷উপস্থিত হৈয়ে তেওঁ পূজাৰ পূৰ্ণাহুতিটো ভাগ লয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আৰক্ষীৰ জিম্মাৰ পৰা পুনৰ পলাল কয়দী; ঘটনাক লৈ কৰিমগঞ্জত চাঞ্চল্য
অসম আৰক্ষীৰ জিম্মাৰ পৰা পুনৰ পলাল কয়দী। মঙলবাৰে কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা কয়দী পলায়ন কৰা...
Rakhwale: Rajauri में फिर 5 शहीद, क्या फौज को गलत जानकारी दी गई? Capt Shubham Gupta
Rakhwale: Rajauri में फिर 5 शहीद, क्या फौज को गलत जानकारी दी गई? Capt Shubham Gupta
મગફળીના પાકને નુકસાન થતાં ખેડૂતો મુશ્કેલીમાં મુકાયા
#buletinindia #gujarat #amreli
कलेक्टर श्री संजय कुमार मिश्रा ने कलेक्ट्रेट पहुंचे बुजुर्ग व्यक्ति की समस्या का किया निराकरण
*प्रमुख समाचार*
*होम/पन्ना/ मध्यप्रदेश
पन्ना :कलेक्टर श्री संजय...
છત્રાલ- કલોલ હાઇવે પર અકસ્માતમાં એકનું મોત, એક ઘાયલ
છત્રાલ કલોલ હાઇવે અકસ્માતનું હબ બની ગયું હોય તેમ અકસ્માતોની સંખ્યા દિન પ્રતિદિન વધી રહી છે....