শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু,যুৱ,আই মাতৃ সমাৰোহত সেৱা আগবঢ়াবলৈ সাজু চৰাইদেউ জিলা বিজেপি যুৱ মৰ্চা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আইমাতৃ সমাৰোহ ত সেৱা আগবঢ়াবৰ বাবে ইতিমধ্যে সাজু হৈছে উঠিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা যুৱ মৰ্চাৰ লগতে সাপেখাতী মণ্ডল আৰু বৰহাট মণ্ডল। আজি সাপেখাতী উন্নয়ণ খণ্ডৰ বিশেষ সভা কক্ষত অনুষ্ঠিত সভাত সমাৰোহ খনত অংশগ্ৰহণ কৰা ভিন্ন স্থানৰ পৰা অহা ভক্ত বৈষ্ণৱ ক সেৱা কৰাৰ স্বাৰ্থত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
🔴 উৎকট গৰমৰ বাবে মহানগৰীত পুনৰ সলনি কৰা হ’ল বিদ্যালয়ৰ পাঠদানৰ সময়।
উৎকট গৰমৰ বাবে মহানগৰীত পুনৰ সলনি কৰা হ’ল বিদ্যালয়ৰ পাঠদানৰ সময়।৩ আগষ্টৰ পৰা পুৱা ৭.৩০ বজাৰ...
फडणवीस ढाई साल के लिए CM बनेंगे, फिर BJP अध्यक्ष:महाराष्ट्र में सरकार का फॉर्मूला तय, अगले ढाई साल शिंदे होंगे मुख्यमंत्री
महाराष्ट्र में BJP को अब तक की सबसे बड़ी जीत दिलाने वाले देवेंद्र फडणवीस तीसरी बार CM बनने जा रहे...
ડીસા શ્રી શક્તિ ગુપ આનંદ પ્રકાશ મંડળ સહિત 15 સોસાયટીના આગેવાનો દ્વારા પ્રવીણભાઈ માળીની શુભેચ્છા
ડીસા શ્રી શક્તિ ગુપ આનંદ પ્રકાશ મંડળ સહિત 15 સોસાયટીના આગેવાનો દ્વારા પ્રવીણભાઈ માળીની શુભેચ્છા
Volvo XC40 Petrol SUV की भारतीय बाजार में बिक्री हुई बंद, XC40 Recharge ने ली है इस लग्जरी कार की जगह
Volvo Auto ने भारत में अपनी XC40 कॉम्पैक्ट लग्जरी SUV की बिक्री पर रोक लगा दी है। ऑटोमेकर पहले ही...