সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক।সোণাৰিৰ টাওকাকতAS 33 C 0327 নম্বৰৰ অট'ৰিক্সাত অহা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিলে নামতোলা আৰক্ষীয়ে।ড্ৰাগছ সৰবৰাহকাৰী তিনিচুকীয়া বৰহাপজানৰ ৰিছা গগৈ আৰু অট' চালক তছিব আহমেদক আটক।ধৃত লোককেইজনৰ পৰা ৮ টা চাবোন বাকচত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহত জড়িত চাইম'ন মৰাণ নামৰ লোকজনৰ নিৰ্দেশত সোণাৰিৰপৰা নগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহৰ বাবে আহিছিল ৰিছা গগৈ নামৰ যুৱতীগৰাকী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોલો મહિલા ફાર્મર સ્વ સહાય જૂથની મહિલાઓ ફ્રુડ સર્વિસ થકી આત્મા નિર્બળતા તરફ પ્રયાણ
પોળો મહિલા ફાર્મર સ્વ સહાય જૂથની મહિલાઓ દ્રારા ઉત્થાન ફુડ સર્વિસ થકી આત્મનિર્ભરતા તરફ પ્રયાણ...
સુરેન્દ્રનગર જિલ્લામાં સુપ્રસિદ્ધ તરણેતરના મેળાને લઇને જિલ્લા કલેક્ટરે બેઠક યોજાઇ
સુરેન્દ્રનગર જિલ્લાના સુપ્રસિદ્ધ તરણેતરના મેળાને લઇને જિલ્લા કલેક્ટરના અધ્યક્ષસ્થાને બેઠકનું...
আধাৰ পঞ্জীয়ন সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয় কক্ষত বৈঠক গোলাঘাট জিলাৰ উপায়ুক্তৰ
গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি আধাৰ পঞ্জীয়ন সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়...