গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি আধাৰ পঞ্জীয়ন সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয় কক্ষতে এখন বৈঠকত মিলিত হয় । তেওঁ জিলাখনত এতিয়াও পঞ্জীয়ন নোহোৱা প্ৰায় ৭০,০০০ লোকৰ পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ চাহ বাগিচা অঞ্চলত আধাৰ পঞ্জীয়নৰ বিষয়টোত বিশেষভাবে গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা, সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকন আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: UP में फिर से चलेगा स्पीकर हटाओ अभियान, CM Yogi ने अफसरों को दिए निर्देश
Breaking News: UP में फिर से चलेगा स्पीकर हटाओ अभियान, CM Yogi ने अफसरों को दिए निर्देश
US Share Market Trouble Check LIVE | Crude |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
US Share Market Trouble Check LIVE | Crude |Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
ધારાસભ્ય જયેશ રાદડિયા પણ આ ગૌ સેવકો ની મુલાકાત લેવા પહોંચ્યા
ધારાસભ્ય જયેશ રાદડિયા પણ આ ગૌ સેવકો ની મુલાકાત લેવા પહોંચ્યા
મોરબી ઝૂલતા પુલ ઉપર જતો પરિવાર હનુમાનદાદા દર્શન માટે રોકાવ્યા હતા જાણો હકીકત લાઈવ વાયરલ વિડિયો
મોરબી ઝૂલતા પુલ ઉપર જતો પરિવાર હનુમાનદાદા દર્શન માટે રોકાવ્યા હતા જાણો હકીકત લાઈવ વાયરલ વિડિયો