সোণাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক।সোণাৰিৰ টাওকাকতAS 33 C 0327 নম্বৰৰ অট'ৰিক্সাত অহা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিলে নামতোলা আৰক্ষীয়ে।ড্ৰাগছ সৰবৰাহকাৰী তিনিচুকীয়া বৰহাপজানৰ ৰিছা গগৈ আৰু অট' চালক তছিব আহমেদক আটক।ধৃত লোককেইজনৰ পৰা ৮ টা চাবোন বাকচত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহত জড়িত চাইম'ন মৰাণ নামৰ লোকজনৰ নিৰ্দেশত সোণাৰিৰপৰা নগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহৰ বাবে আহিছিল ৰিছা গগৈ নামৰ যুৱতীগৰাকী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દ્વારકાની મહિલાએ જિંદગી ટૂંકાવી
દ્વારકાની મહિલાએ જિંદગી ટૂંકાવી
অসম কেঞ্চাৰ ফাউণ্ডেশ্যন আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত কেঞ্চাৰৰ প্ৰাথমিক নিৰীক্ষণ সজাগতা সভা
অসম কেঞ্চাৰ ফাউণ্ডেশ্যন আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত কেঞ্চাৰৰ প্ৰাথমিক নিৰীক্ষণ আৰু সজাগতা...
চৰাইদেউত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে উপায়ুক্তৰ সংবাদমেল
চৰাইদেউত হৰ ঘৰ তিৰংগা কাৰ্যসূচী সম্পৰ্কে উপায়ুক্তৰ সংবাদমেল
সোণাৰি, ৩ আগষ্ট: ভাৰতবৰ্ষৰ স্বাধীনতা...
Ramaiah Memorial Hospital Signs Long Term Collaboration Agreement with the Mount Sinai Health System in New York for Specialty Care Development and Quality and Technological Advancements
Ramaiah Memorial Hospital Signs Long Term Collaboration Agreement with the Mount Sinai Health...