সোণাৰিত অঘটন। পথ নিৰ্মাণত জড়িত গ্ৰেডাৰৰপৰা পৰি গুৰুতৰভাৱে আহত শ্ৰমিক।সোণাৰিৰ মিৰিপথাৰত সংঘটিত হয় এই অঘটন। নিৰ্মীয়মান নাহৰআলিত নিয়োজিত শ্ৰমিকজন দুৰ্ভাগ্যবশতঃ গ্ৰেডাৰৰ সন্মুখত পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত শ্ৰমিকজন পাঠশালাৰ আশীষ শ্বেখ বুলি জানিব পৰা গৈছে। সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে লোকজনক।আনহাতে এই দুৰ্ঘটনাৰ পাছত নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Grasim Launches Birla Opus | पेंट सेक्टर में कंपनी की एंट्री, ₹10,000 Cr का किया निवेश | Business
Grasim Launches Birla Opus | पेंट सेक्टर में कंपनी की एंट्री, ₹10,000 Cr का किया निवेश | Business
মৰাণত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ পুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা
মৰাণত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বৰশী বোৱা প্ৰতিযোগিতা ৷ চৰাইদেউ...
દેવભૂમિદ્વારકા જિલ્લાના કંડીરણા ચોકડી ખાતે રાસ રમી ને ગુજરાત ગૌરવ યાત્રા ને આવકારતા ભાજપ ના કાર્યકરો
દેવભૂમિદ્વારકા જિલ્લાના કંડીરણા ચોકડી ખાતે રાસ રમી ને ગુજરાત ગૌરવ યાત્રા ને આવકારતા ભાજપ ના કાર્યકરો
Private Mention Feature: WhatsApp पर अपने खास लोगों के लिए अब लगा सकेंगे Status, जल्द आ रहा ये धमाकेदार फीचर
वॉट्सऐप अपने कस्टमर्स के लिए अक्सर नए फीचर्स लाता रहता है। इन फीचर्स की मदद से कंपनी अपने यूजर्स...