সোণাৰিত অঘটন। পথ নিৰ্মাণত জড়িত গ্ৰেডাৰৰপৰা পৰি গুৰুতৰভাৱে আহত শ্ৰমিক।সোণাৰিৰ মিৰিপথাৰত সংঘটিত হয় এই অঘটন। নিৰ্মীয়মান নাহৰআলিত নিয়োজিত শ্ৰমিকজন দুৰ্ভাগ্যবশতঃ গ্ৰেডাৰৰ সন্মুখত পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত শ্ৰমিকজন পাঠশালাৰ আশীষ শ্বেখ বুলি জানিব পৰা গৈছে। সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে লোকজনক।আনহাতে এই দুৰ্ঘটনাৰ পাছত নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદરમાં પ્રિમેચ્યોર ડીલેવરીમાં નવજાત શિશુનો થયો બચાવ 03 11 2022
PORBANDAR પોરબંદરમાં પ્રિમેચ્યોર ડીલેવરીમાં નવજાત શિશુનો થયો બચાવ 03 11 2022
Goa: कैंडोलिम बीच पर तीन महिलाएं दे रही थीं मसाज सेवाएं, पुलिस ने दर्ज किया केस; पहले भी दी थी चेतावनी
पणजी। गोवा पुलिस ने सोमवार को तीन महिलाओं के खिलाफ कैंडोलिम बीच पर सक्षम प्राधिकारी से...
Delhi Politics: AAP नेता Saurabh Bhardwaj का बड़ा दावा, जेल में Kejriwal के खिलाफ साजिश रचने का आरोप
Delhi Politics: AAP नेता Saurabh Bhardwaj का बड़ा दावा, जेल में Kejriwal के खिलाफ साजिश रचने का आरोप