তুংগত উঠিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ । টিংখাঙৰ কলৌলোৱাত ভাস্কৰ দেউৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহি বিহু নাচিলে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ককাল ভাঙি নাচিলে বিধায়ক বিনোদ হাজৰিকাৰ লগতে চক্ৰধৰ গগৈয়ে
