দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। বিশেষকৈ বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ সাত নং ৰজাবাৰী পৰিষদীয় সমষ্টিত বিজেপি দলে প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ তত্বাৱধায়ক তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৰজাবাৰী সমষ্টিৰ ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱা লগতে বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુરના ભારજના પુલ ઉપર ચાલતા લોડ ટેસ્ટિંગમાં આજે ટ્રકનો લોડ અપાયો
પાવીજેતપુરના ભારજના પુલ ઉપર ચાલતા લોડ ટેસ્ટિંગમાં આજે ટ્રકનો લોડ અપાયો
...
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শলগুৰি গাওঁৰ কলীয়া গোঁসাই থানত উদযাপন পাঁচতি উৎসৱ
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শলগুৰি গাওঁৰ কলীয়া গোঁসাই থানত উদযাপন পাঁচতি উৎসৱ
મોરબીમાં કાંતિભાઇ અમૃતિયાએ 2022 ની ચુંટણીના કર્યા શ્રી ગણેશઃ બ્રિજેશ મેરજાથી બ્રહ્મ સમાજ નારાજ ?
મોરબીમાં કાંતિભાઇ અમૃતિયાએ 2022 ની ચુંટણીના કર્યા શ્રી ગણેશઃ બ્રિજેશ મેરજાથી બ્રહ્મ સમાજ નારાજ ?
Aaj Ka Rashifal 22 September 2023: आज बेहद भाग्यशाली रहेंगी ये 5 राशियां, बरसेगी माता लक्ष्मी की कृपा, होगा धन का लाभ
Aaj Ka Rashifal 22 September 2023: मशहूर ज्योतिषी आचार्य इंदु प्रकाश से जानिए राशि के अनुसार आपका...