চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষক উৎপাদক কোম্পানী গঠনৰ সন্দৰ্ভত এখন সভা আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকে অতিৰিক্ত জিলা উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, চিম্ফেতৰ প্ৰজেক্ট মেনেজাৰ সুপ্ৰীয়া বৰদলৈ, কৃষি উন্নয়ন বিষয়া ক্ৰমে প্ৰণৱজিত চেতিয়া, চৈয়দ মোস্তাইন হুছেইন, কল্পনা গগৈ, জেৰিফা উল্লাহৰ লগতে গঠন হ'বলগীয়া কৃষক উৎপাদক কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰ, প্ৰম'টাৰসকল আৰু বিভাগীয় বিষয়া কৰ্মচাৰী। এই সভাত কৃষক উৎপাদক কোম্পানী গঠনৰ নিয়মাৱলীৰ বিষয়ে জনোৱাৰ লগতে এক আলোচনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামনি সোৱশিৰি জল বিদ্যুত প্ৰকল্প নিৰ্মান কাৰ্যৰ বিৰোধিতা কৰি গোলাঘাট জিলা ছাত্ৰ
নামনি সোৱশিৰি জল বিদ্যুত প্ৰকল্প নিৰ্মান কাৰ্যৰ বিৰোধিতা কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাই NHPC...
মৰাণত মন্ত্ৰী যোগেন মহনঃ ৰাষ্ট্ৰীয় পতাকাক লৈ আমি ব্যৱসায় কৰা নাই, পতাকাখনক আমি সন্মানহে কৰিছো
মৰাণত মন্ত্ৰী যোগেন মহনঃ ৰাষ্ট্ৰীয় পতাকাক লৈ আমি ব্যৱসায় কৰা নাই, পতাকাখনক আমি সন্মানহে কৰিছো
કાલોલ પોલીસે કાતોલ પાટિયા પાસે વિદેશી દારૂનો જથ્થો લઈ જતી કાર ઝડપી ૧૦.૧૯ લાખનો મુદામાલ કબજે કર્યો
કાલોલ પોલીસે કાતોલ પાટિયા પાસે વિદેશી દારૂના જથ્થા સાથે ક્રેટા કાર ઝડપી ૧૦.૧૯ લાખનો મુદ્દામાલ...
Chandrayaan 3 Updates: चंद्रयान-3 का लैंडर हुआ अलग, अब ज्यादा नाजुक मौका | Moon Mission | ISRO News
Chandrayaan 3 Updates: चंद्रयान-3 का लैंडर हुआ अलग, अब ज्यादा नाजुक मौका | Moon Mission | ISRO News
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান "Dance Deewane-4 ত জিলিকিছে অসম সন্তান Tokjir
শিৱসাগৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিছে অসম সন্তান ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসম সন্তান...