চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৃষক উৎপাদক কোম্পানী গঠনৰ সন্দৰ্ভত এখন সভা আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকে অতিৰিক্ত জিলা উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, চিম্ফেতৰ প্ৰজেক্ট মেনেজাৰ সুপ্ৰীয়া বৰদলৈ, কৃষি উন্নয়ন বিষয়া ক্ৰমে প্ৰণৱজিত চেতিয়া, চৈয়দ মোস্তাইন হুছেইন, কল্পনা গগৈ, জেৰিফা উল্লাহৰ লগতে গঠন হ'বলগীয়া কৃষক উৎপাদক কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰ, প্ৰম'টাৰসকল আৰু বিভাগীয় বিষয়া কৰ্মচাৰী। এই সভাত কৃষক উৎপাদক কোম্পানী গঠনৰ নিয়মাৱলীৰ বিষয়ে জনোৱাৰ লগতে এক আলোচনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বেটাৰি ডাউন ফেৰি নচলে : যাত্ৰীক লৈ হেতালি।
বেটাৰি ডাউন ফেৰি নচলে : যাত্ৰীক লৈ হেতালি।
মাজুলী নিমাতি ফেৰীৰ যাত্ৰীক লৈ পুনৰ হেতালি বিভাগৰ।।...
Anantnag Encounter: DSP Humayun Bhatt ने शहीद होने से पहले पत्नी को किया वीडियो कॉल और कही ये बात..
Anantnag Encounter: DSP Humayun Bhatt ने शहीद होने से पहले पत्नी को किया वीडियो कॉल और कही ये बात..
Manipur Violence Updates: मणिपुर में जबरदस्त प्रदर्शन, पुलिस से झड़प | #manipur #manipurnews
Manipur Violence Updates: मणिपुर में जबरदस्त प्रदर्शन, पुलिस से झड़प | #manipur #manipurnews
ખંભાતમાં કોંગ્રેસના ઉમેદવાર ચિરાગ પટેલ આવતીકાલે નામાંકનપત્ર ભરશે : રેલી અને સંકલ્પસભા યોજાશે.
ભાજપાના ગઢ ગણાતા ખંભાતમાં આ વખતે કોંગ્રેસ પાર્ટીએ દમદાર અને લોકપ્રિય ઉમેદવાર ચિરાગ પટેલને ટીકીટ...
लूट की वारदात वांछितों दो गिरफ्तार
लूट की वारदात में वांछितों दो मुल्जिम गिरफ्तार
- गत 2 अगस्त की अलसुबह पालनपुर...