ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ আহ্বান ক্ৰমে আজি গড়মূৰস্থিত, মাজুলী জিলা কাৰ্যালয়ত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে মাজুলী সমষ্টিৰ বিধায়ক  ভূৱন গামে

এই অনুষ্ঠানত উপস্থিত থাকি বিজেপি জিলা সভাপতি বীৰেন শইকীয়াই মাজুলী বাসীক  সকলোৱে "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি "হৰ ঘৰ ত্ৰিৰংগা" অভিযান সফল কৰিবলৈ আহ্বান জনাই আৰু আগন্তক   আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই।