কন শিশুৰ মনপৰখা অভিনয়ে মৰিগাঁও জিলা পুথিড়ড়াল প্ৰেক্ষাগৃহৰ দৰ্শকক মোহিত কৰি তুলিলে। আজাদী কী অমৃত মহোৎসৱ উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁৱৰ অন্যতম নাট্যগোষ্ঠী সাচিপাতৰ প্ৰযোজনাত স্বাধীনতা দিৱসৰ সন্ধিয়া মঞ্চস্থ কৰা হয় ত্ৰিমুৰ্ত্তি ৪২ । ৪২ ৰ স্বাধীনতা সংগ্ৰামৰ তিনি বীৰ ছহীদ ক্ৰমে বাৰপুজীয়াৰ হেমৰাম পাতৰ, গুনাভিৰাম বৰদলৈ আৰু চৰাইবাহীৰ তিলক ডেকাই বৃটিছৰ বিৰুদ্ধে চলোৱা সংগ্ৰামৰ পটভূমিত জীৱন ভিত্তিত নাটক খনৰ ৰচনা আৰু পৰিচালনা কৰে অজয় ডেকাই। মাত্ৰ আঠদিনৰ প্ৰচেষ্টাৰে প্ৰায় ৪০ মিনিটৰ নাটকখনত নাট্যকাৰে মুক্তিযোদ্ধা ত্ৰয়ৰ তথ্যভিত্তিক উপস্থাপন কৰি অসাধ্য সাধন কৰিছে । লগতে কণ কণ শিশু সকলৰ সাৱলীল অভিনয়, সংগীত আৰু পোহৰৰ প্ৰক্ষেপনে নাটকখনক দিলে অনন্য মাত্ৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন।ৰহস্যজনক গতিবিধি দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন।ৰহস্যজনক গতিবিধি দৃষ্টিগোচৰ হোৱাৰ লগে লগে...
OnePlus 13 जनवरी में होगा भारत में आएगा, लॉन्च से पहले ये जानकारी आई सामने
OnePlus 13 को बीते अक्टूबर में चीन में लॉन्च किया गया था। ये स्मार्टफोन भारत और ग्लोबल मार्केट्स...
પ્રોહીબીશનના ગુનામાં છેલ્લા સાત મહિનાથી નાસતા ફરતા ખેરાગામના આરોપી લાલજી ગુજરીયા ને પકડી પાડતી અમરેલી એલ.સી.બી. ટીમ
અમરેલી જિલ્લાના પીપાવાવ મરીન પોલીસ સ્ટેશનના પ્રોહીબીશનના ગુનામાં છેલ્લા સાત મહિનાથી નાસતા ફરતા...
শোণিতপুৰ চাৰিদুৱাৰত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ
শোণিতপুৰ চাৰিদুৱাৰত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ
अड़ानी भूमि विवाद में नगर परिषद सभापति तत्कालीन आयुक्त व कर्मचारी तलब
प्रधानमंत्री नरेंद्र मोदी द्वारा कांग्रेस पर अडानी व अंबानी से टेम्पो भर भरकर नोट लेने का...