কামৰূপ জিলাৰ গড়পোট-সদৈকুছি সাৰ্ব্বজনীন শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত কালি সন্ধিয়া উদীয়মান কবি পপী ডেকাৰ “কব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়“ শীৰ্ষক কাব্যপূথি খনি উন্মোচনৰ বাবে উপস্থিত হয় জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মন৷পূজা পৰিচালনা সমিতিয়ে আয়োজন কৰা এক গাম্ভীৰ্যতা পূৰ্ণ উন্মোচনী অনুষ্ঠানত কাব্যগ্ৰন্থ খনি উন্মোচন কৰি কবি গৰাকীয়ে তেওঁৰ বহুজন সমাদৃত জনপ্ৰিয় কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ আবৃত্তি কৰি ৰাইজক আপ্পুট কৰে৷