কামৰূপ জিলাৰ গড়পোট-সদৈকুছি সাৰ্ব্বজনীন শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত কালি সন্ধিয়া উদীয়মান কবি পপী ডেকাৰ “কব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়“ শীৰ্ষক কাব্যপূথি খনি উন্মোচনৰ বাবে উপস্থিত হয় জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মন৷পূজা পৰিচালনা সমিতিয়ে আয়োজন কৰা এক গাম্ভীৰ্যতা পূৰ্ণ উন্মোচনী অনুষ্ঠানত কাব্যগ্ৰন্থ খনি উন্মোচন কৰি কবি গৰাকীয়ে তেওঁৰ বহুজন সমাদৃত জনপ্ৰিয় কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ আবৃত্তি কৰি ৰাইজক আপ্পুট কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमीनी विवाद के चलते माता पिता और बेटे को कुहाड़ी और लाठी डंडों से किया जानलेवा हमला
पन्ना ।
जमीनी विवाद के चलते माता-पिता व भाई पर कुल्हाड़ी लाठी-डंडों से किया जानलेवा हमला।...
দুৰ্ঘটনাত নিহত কণমানি বকুল গগৈৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
পূজাৰ আনন্দৰ মাজতে সোণাৰি সমষ্টিৰ টাইৰাই মাজগাওঁত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দ্ৰুত বেগী বলেৰ'ৰ...
নাৰায়ণপুৰ পৌৰসভাৰ সম্পত্তিৰ স্বঘোষিত তথ্য প্ৰকাশৰ দিয়া হ’ল মাহযোৰা সময়সীমা
ৰাজ্য চৰকাৰৰ পৌৰ সংস্কাৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে নাৰায়ণপুৰ পৌৰ সভাৰ অধীনত সম্পত্তি কৰৰ...
गामछ के ठाकुरजी के मंदिर पर बड़ी धूमधाम से मनाई जन्माष्टमी केशवरायपाटन
गामछ के ठाकुरजी के मंदिर पर बड़ी धूमधाम से मनाई जन्माष्टमी
केशवरायपाटन 27 अगस्त। क्षेत्र के गामछ...