সমগ্ৰ দেশৰ লগতে আজি মাজুলীতো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে আজি জিলাখনৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। সেই উপলক্ষে আজি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়, বৰবিল হাইস্কুল, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি অঞ্চলটোৰ সকলোবোৰ শিক্ষানুষ্ঠানে শোভাযাত্রা, একতাৰ দৌৰ, বক্তৃতানুষ্ঠান, ছাত্র-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি ৰূপায়ন কৰে। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত অন্যান্য কাৰ্যসূচীৰ লগতে দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবে চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়োৱা অৱদানৰ বিষয়ে ছাত্র- ছাত্রীসকলৰ আগত আলোকপাত কৰে অধ্যাপক ৰমেন চুতীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજાધિરાજ દ્વારકાધીશ ના આજ ના હિંડોળા દર્શન જય જય દ્વારકાધીશ
માહિર કલમ ન્યૂઝ પેપર & ચેનલ માટેગુજરાતના તમામ જિલ્લા તેમજ તાલુકાઓમાં ઉત્સાહી રિપોર્ટર,...
अद्भुत ताक़त और प्रोटीन के लिए रोज़ सुबह खाएं ये 4 चीज़ें | Healthy Hamesha
अद्भुत ताक़त और प्रोटीन के लिए रोज़ सुबह खाएं ये 4 चीज़ें | Healthy Hamesha
કાલોલ તાલુકાના નાંદરખા ગામમાં મોબાઇલ ટાવર નુ બાંધકામ અટકાવવા મામલતદારને આવેદન આપ્યું
કાલોલ તાલુકાના નાંદરખા ગામમાં મોબાઇલ ટાવરનું બાંધકામ અટકાવવા મામલતદારને આવેદનપત્ર આપ્યું
//আফ্ৰিকান ছোৱাইন ফিভাৰ// ডিম্পি সোণোৱালক সহায়ৰ বাবে কি আহ্বান ATTSA নেতাৰ
//আফ্ৰিকান ছোৱাইন ফিভাৰ// ডিম্পি সোণোৱালক সহায়ৰ বাবে কি আহ্বান ATTSA নেতাৰ
गलती से कर बैठे फोन से जरूरी मैसेज डिलीट, परेशान होने की नहीं जरूरत; Google की इस ट्रिक से कर सकते हैं रिकवर
smartphone Trickकई बार हम फोन की स्टोरेज के फुल होने पर स्पेस खाली करने की आपाधापी में होते हैं।...