চৰকাৰী আৱাস গৃহ আঁচনিয়ে ঢুকি নোপোৱা ঘিলামৰা মিলন নগৰৰ এটা দুৰ্ভগীয়া পৰিয়াল।

চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এটি  পৰিয়াল।

ঘিলামৰা পঞ্চায়ত অন্তৰ্গত মিলন নগৰ গাঁৱৰ বাসিন্দা উমা হাজৰিকা আৰু তেওঁৰ পত্নী দিনেশ্বৰী হাজৰিকাৰ পৰিয়ালটোৱে আজিও লাভ নকৰিলে এটা চৰকাৰী আবাসগৃহ যাৰ ফলত জৰাজীৰ্ণ গৃহতে জীৱন নিৰ্বাহ কৰিছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে।

এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে সেই অঞ্চলৰ লোকে ও সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ঢকুৱাখনা বিধায়ক নৱ কুমাৰ দলেক হাত জোৰ কৰি  এটি গৃহ দিব বাবে অনুৰোধ  জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে।